মিয়া সম্পৰ্কে তথ্য সহকাৰে অধিক জানিবলৈ ইচ্ছুক নেকি? যদি ইচ্ছুক তেন্তে আমাক ফলো তথা লাইক কৰিব পাৰে
- এতিয়া ৰুটিৰ লগত গোবৰ খোৱা কিছুমানে আহিব আৰু নিজক নিজেই এক্সপোচ কৰিব যে সিহত অন্ধভক্ত হয় আৰু what’s University ৰ পৰা পঢ়ি আহিছে
- 2. ৰোবুল ডাঙৰীয়া ৰোবুল মিয়া/মিঞা ৰোবুল চাহাব এটা কথা জানিব বিচাৰো যে সমাজৰ মান্যবান ব্যক্তি বা কোনো উচ্চ পদস্থ বিষয়াক মুছলিম সমাজত মিয়া বুলি সন্মান স্বৰূপে সম্বোধন কৰা শব্দটো জাতি কেনেকৈ হৈ পালে বুজি পোৱা নাই।